Home দেশ৩ মে’ৰ পিছত লকডাউন খুলিবনে? কি ক’লে চৰকাৰৰ মুখ্য আৰ্থিক উপদেষ্টাই?

৩ মে’ৰ পিছত লকডাউন খুলিবনে? কি ক’লে চৰকাৰৰ মুখ্য আৰ্থিক উপদেষ্টাই?

by News Desk
97 views
A+A-
Reset

নতুন দিল্লীঃ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ একাধিক দেশৰ দৰে ভাৰততো অব্যাহত আছে লকডাউন। ১৪ এপ্ৰিলত ২১ দিনীয়া লকডাউন অন্ত পৰাৰ পিছত ৰোগবিধৰ প্ৰাদুৰ্ভাৱলৈ চাই চৰকাৰে পুনৰ ৩ মে’লৈ বৃদ্ধি কৰে লকডাউনৰ সময়সীমা। ইয়াৰ মাজতে তেলেংগানাই ইতিমধ্যে ৭ মে’লৈকে ৰাজ্যখনত লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে লকডাউন অব্যাহত থাকিলেও প্ৰতিদিনে ভাৰতত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কৰ’নাক্ৰান্তৰ সংখ্যা। শনিবাৰে সন্ধিয়া ৫ বজা পৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ২৪,৯৪২ জন। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৭৭৯ জন। স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইটৰ তথ্য অনুযায়ী যোৱা ২৪ ঘণ্টাত ভাৰতত ১৪৯০ জন লোকৰ দেহত নতুনকৈ কৰ’না পজিটিভ পোৱা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0