91
কৰ’না কালত বহুতৰ জীৱনলৈ নামি আহিছে হাজাৰ সংকট। কোনোৱে যদি জীৱন-জীৱিকা হেৰুৱাইছে আন কোনোৱে আকৌ এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। লকডাউনৰ সময়ছোৱাত সকলো বন্ধ আছিল যদিও খোলা আছিল ফাৰ্মাচী। কিন্তু ইমানৰ পিছতো ঔষধৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰিছিল বহু লোক। ফাৰ্মাচী খোলা থকাৰ পিছতো ঔষধৰ অভাৱত অনিশ্চিত ভৱিষ্যতলৈ গতি কৰা কোন এইসকল? সবিশেষ সামৰি এক বিশেষ প্ৰতিবেদন।
