49
ডিফুঃ দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া কাকতগোষ্ঠীসমূহৰ উমৈহতীয়া সংগঠন “সৰ্বভাৰতীয় ক্ষুদ্ৰ আৰু মজলীয়া কাকত গোষ্ঠী”ৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকত স্থান লাভ কৰিছে অসমৰ এগৰাকী সাংবাদিকে।
জাৰ্ণালিষ্ট ফেডাৰেছন অফ আছাম চমুকৈ জাফাৰ ৰাজ্যিক সভাপতি লনচিং টেৰণক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ষুদ্ৰ আৰু মজলীয়া কাকত গোষ্ঠীৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে৷