Home ৰাজ্যশিশু ধৰ্ষণকাৰীক পলাতক ঘোষণা

শিশু ধৰ্ষণকাৰীক পলাতক ঘোষণা

by News Desk
47 views
A+A-
Reset

তেজপুৰ : এটি শিশু ধৰ্ষণত অভিয়ুক্তক পলাতক ঘোষণা কৰিলে শোণিতপুৰ আৰক্ষীয়ে। অভিয়োগ অনুসৰি বালিপৰাৰ নেপালী চিলনী চিলনী গাঁৱৰ কন্যা তথা খনামুখ মডেল একাডেমী বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে কিছুদিন পূৰ্বে চিলনী বঙালী গাঁৱত হৈ থকা সানচাৰী পূজা চাবলৈ যাওঁতে চিলনী বঙালীৰ ঘনশ্যাম নৰহ নামৰ লোকজনে পূজাস্থলীলৈ নিয়াৰ প্ৰলোভন দি ওচৰতে থকা এখন হাবিলৈ নি শিশুটিৰ মুখত সোপা দি ধৰ্ষণ কৰে৷

ঘটনাৰ বিষয়ে কাৰোবাক জনালে শিশুটিক মাৰি পেলোৱাৰ ভাবুকি দিয়ে ধৰ্ষণকাৰীয়ে৷ পিচত ঘটনাটি শিশুটিয়ে মাতৃক অৱগত কৰাত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত লোকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে যদিও তাৰ পূৰ্বে লোকজনে পলায়ন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0