59
ডিজিটেল ডেস্কঃ সামগ্ৰী আৰু সেৱাকৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰ হোৱাৰ পিছতে বৃদ্ধি পাইছে ৰাজসাহায্যপ্ৰাপ্ত ৰন্ধন গেছৰ দাম।
বিগত ছটা বছৰৰ পিছত সৰ্বাধিক বৃদ্ধিৰ অভিলেখ দাখিল কৰি এইবাৰ দাম বাঢ়িছে চিলিণ্ডাৰে প্ৰতি ৩২ টকাকৈ।