Home দেশউত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ সচিবে ললে উৎকোচ, অভিযুক্ত নহয় আটক হ’ল অভিযোগকাৰীহে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ সচিবে ললে উৎকোচ, অভিযুক্ত নহয় আটক হ’ল অভিযোগকাৰীহে

by News Desk
59 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰধান সচিব শশী প্ৰকাশ গোৱেলৰ বিৰুদ্ধে উৎকোচ লোৱা বুলি অভিযোগ উত্থাপন কৰা অভিষেক গুপ্তা নামৰ ব্যক্তিগৰাকীক আৰক্ষীয়ে জিম্মাত লয়৷ এই ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে নিশা হজৰতগঞ্জ আৰক্ষী থানাত প্ৰতাৰণাৰ এটা গোচৰ ৰুজু কৰা হৈছিল৷ 

উল্লখ্য যে, লক্ষ্নৌৰ বাসিন্দা অভিষেক গুপ্তাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব এছপি গোৱেলৰ বিৰুদ্ধে ২৫ লাখ টকা উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ ইফালে, অভিষেকক আটক কৰাৰ পিছতেই অভিষেকৰ পৰিয়ালে আৰক্ষীৰ তদন্তৰ বিৰোধিতা কৰে৷ পৰিয়ালে নিৰপেক্ষ তদন্তৰ দাবী জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0