লক্ষ্নৌ -আগ্ৰা-এক্সপ্ৰেছ-ঘাইপথৰ ভয়ংকৰ দুৰ্ঘটনাত ৫ জন নিহত, ২৪ জনতকৈ অধিকলোক...

Home দেশলক্ষ্নৌ -আগ্ৰা-এক্সপ্ৰেছ-ঘাইপথৰ ভয়ংকৰ দুৰ্ঘটনাত ৫ জন নিহত, ২৪ জনতকৈ অধিকলোক আহত

লক্ষ্নৌ -আগ্ৰা-এক্সপ্ৰেছ-ঘাইপথৰ ভয়ংকৰ দুৰ্ঘটনাত ৫ জন নিহত, ২৪ জনতকৈ অধিকলোক আহত

by News Desk
88 views
A+A-
Reset

লক্ষ্নৌঃ উত্তৰ প্ৰদেশৰ লখনৌ এক্সপ্ৰেছ ঘাইপথত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ ট্ৰেক্টৰ ট্ৰ’লীত খুন্দিয়াই তীব্ৰ গতিত আহি থকা যাত্ৰীৰে ভৰা ভলব’ বাছখন বাগৰি পৰে৷ থিতাতে মৃত্যু হয় পাঁচজনলোকৰ৷ লগতে ২৪ জনতকৈ অধিকলোক আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে৷ 

এই ঘটনা  লক্ষ্নৌৰ বাংগৰমউ কোতবালীৰ দেৱখৰি গাঁওৰ সমীপত সংঘটিত হয়৷ জানিব পৰা মতে দুৰ্ঘটনাতপতিত হোৱা বাছখন দিল্লীৰপৰা বিহাৰলৈ যাত্ৰা কৰিছিল৷ কিন্তু লখনৌৰ এই ঘাইপথত আগতেও এনে ভয়ানক কাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ উক্ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসাললৈ প্ৰেৰণ কৰে৷ আঘাতপ্ৰাপ্তলোকক উন্নাও জিলাৰ চিকিৎসালত ভৰ্তি কৰোৱাৰ পাছত তাৰেই সংকটজনক অৱস্থাত থকা লোকক লখনৌৰ ট্ৰামা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0