Home ৰাজ্যঈৰদাত নিতৌ যৌন নিৰ্যাতনৰ বলি হৈছিল লুনা, বান্ধবীক ইংগিতেৰে কৈছিল সকলো কথা

ঈৰদাত নিতৌ যৌন নিৰ্যাতনৰ বলি হৈছিল লুনা, বান্ধবীক ইংগিতেৰে কৈছিল সকলো কথা

by News Desk
77 views
A+A-
Reset

newsnextone.com | গোৰেশ্বৰঃ গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ লংকেশ্বৰস্থিত দিব্যাংগৰ অনুষ্ঠান ঈৰদা চৌহদত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই নিতৌ নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে৷ ৭ জুনত গুৱাহাটী মহানগৰীৰ দিব্যাংগৰ অনুষ্ঠান ঈৰদা চৌহদত উদ্ধাৰ হৈছিল বাক্সা জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাৰ টেঙাঝাৰ গাঁৱৰ বলিন কলিতাৰ ২২ বছৰীয়া কন্যা লুনা কলিতাৰ মৃতদেহ৷ লুনা আছিল মুকবধিৰ৷ 

লুনা কলিতাই ৰান্ধনি হিচাপে বিগত দুটা বছৰে কৰ্মৰত আছি ঈৰদাত। যোৱা ৭ জুনত পৰিয়ালৰ লোকক সন্ধিয়া ৬ মান বজাত ঈৰদাৰ পৰা কোনো লোকে ফোন কৰি লুনাই ঈৰদাৰ হোষ্টেলত আত্মহত্যা কৰা বুলি জনায়। মুকবধিৰ যুৱতীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি পৰিয়াল তথা বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে৷ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাই আহিছে৷ সমাজকল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকী অন্তঃসত্বা আছিল বুলি কোৱাৰ লগতে এই ঘটনাক একাংশ লোকে প্ৰকাশ কৰিব খোজা নাই বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0