Home ৰাজ্যঈৰদাত নিতৌ যৌন নিৰ্যাতনৰ বলি হৈছিল লুনা, বান্ধবীক ইংগিতেৰে কৈছিল সকলো কথা

ঈৰদাত নিতৌ যৌন নিৰ্যাতনৰ বলি হৈছিল লুনা, বান্ধবীক ইংগিতেৰে কৈছিল সকলো কথা

by News Desk
A+A-
Reset
Untitled-4 copy_132

newsnextone.com | গোৰেশ্বৰঃ গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ লংকেশ্বৰস্থিত দিব্যাংগৰ অনুষ্ঠান ঈৰদা চৌহদত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই নিতৌ নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে৷ ৭ জুনত গুৱাহাটী মহানগৰীৰ দিব্যাংগৰ অনুষ্ঠান ঈৰদা চৌহদত উদ্ধাৰ হৈছিল বাক্সা জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাৰ টেঙাঝাৰ গাঁৱৰ বলিন কলিতাৰ ২২ বছৰীয়া কন্যা লুনা কলিতাৰ মৃতদেহ৷ লুনা আছিল মুকবধিৰ৷ 

লুনা কলিতাই ৰান্ধনি হিচাপে বিগত দুটা বছৰে কৰ্মৰত আছি ঈৰদাত। যোৱা ৭ জুনত পৰিয়ালৰ লোকক সন্ধিয়া ৬ মান বজাত ঈৰদাৰ পৰা কোনো লোকে ফোন কৰি লুনাই ঈৰদাৰ হোষ্টেলত আত্মহত্যা কৰা বুলি জনায়। মুকবধিৰ যুৱতীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি পৰিয়াল তথা বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে৷ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাই আহিছে৷ সমাজকল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকী অন্তঃসত্বা আছিল বুলি কোৱাৰ লগতে এই ঘটনাক একাংশ লোকে প্ৰকাশ কৰিব খোজা নাই বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0