newsnextone.com | ডিজিটেল ডেস্কঃ মৃত্যু জীৱনৰ পৰিসমাপ্তি ৷ মৃত্যু অৱধাৰিত৷ এদিন সকলোৱে যাব লাগিব অচিনা দেশলৈ৷ পৃথিৱীৰ মায়া, মোহ ত্যাগ কৰি সকলোৱে যাব লাগিব এয়া চিৰন্তন সত্য৷ কিন্তু এনে কিছু মানুহৰ মৃত্যুৱে লাখ লাখ লোকে সহজে লব নোৱাৰে৷ তেনে লোকৰ মৃত্যুত ফেকুৰি উঠে বহু লোক৷ তেনে এক মৃত্যুৱে কন্দুৱাইছে তামিলনাডুবাসীক। হয়, ৯৪ বছৰীয়া এম কৰুণানিধিয়ে সকলোকে কন্দুৱাই থৈ গ’ল মঙলবাৰে সন্ধিয়া ৬ বাজি ১০ মিনিটত। কাবেৰী হস্পিতাল কৰ্তৃপক্ষই জাৰি কৰা বিবৃতি যোগে এই কথা স্পষ্ট কৰে।
#FLASH M Karunanidhi passes away, Kauvery hospital releases statement pic.twitter.com/gUpZgYnPiY