ডিজিটেল ডেস্কঃ ১,০০০ কোটিৰ চীনা সামগ্ৰীৰে ভৰি পৰিল উত্তৰ-পূৱৰ বজাৰ। বিজেপিয়ে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান অসাৰ হৈ পৰিল। আগৰদৰেই এইবাৰো চীনা সমগ্ৰীয়েই দখল কৰিলে ৰাজ্যৰ বিপণীসমূহ। অতি নিম্নমানৰ সস্তীয়া সামগ্ৰী ভাৰতত বিক্ৰী কৰি মুনাফা লুটি আহা চুবুৰীয়া শক্ৰদেশখনে আগৰ দৰে এইবাৰো বুজন পৰিমানৰ ধন সৰবৰাহ কৰে।
বিগত সময়ৰ দৰে এইবাৰো ৰাজ্যত এলাগী হ’ব নিজ দেশৰ উৎপাদিত সামগ্ৰী৷ ৰং-বিৰঙী চীনৰ আলোকসজ্জাৰে এইবাৰো ৰাজ্যৰ দূৰ্গা পূজাৰ মণ্ডপ উজলি উঠা দেখা গ’ল৷