55
ডিজিটেল ৰিপ’ৰ্টঃ চীনত নিৰ্মিত সামগ্ৰী বৰ্জন কৰিব লাগে বুলি দেশ জুৰি জাগৰণ সৃষ্টি হোৱাৰ সময়তে উজনিত একাংশ অসাধু ব্যৱসায়ীয়ে সৰবৰাহ কৰিছে দ’মে দ’মে চীনা সামগ্ৰী।
দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে চীনত নিৰ্মিত বিভিন্ন সামগ্ৰীৰ সৰবৰাহ। আৰক্ষী আৰু শুল্ক বিভাগৰ চকুত ধূলি দি ৰেল যোগে সৰবৰাহ কৰিছে সামগ্ৰীসমূহ।