54
newsnextone.com।টীয়কৰঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে ৰাজ্যৰ সকলো নামঘৰ সত্ৰ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। মহাপুৰুষজনাৰ তিৰোভাৱ তিথিক লৈ বৃহস্পতিবাৰে পুৱাৰেপৰা অগণন ভক্তৰ সমাগম ঘটে উজনিৰ অন্যতম তীৰ্থক্ষেত্ৰ যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানী স্থিত ঐতিহাসিক আউনিআটি শাখা সত্ৰটো l
