53
ডিজিটেল ডেস্কঃ দুৰ্যোগৰ পৰা পৰিত্ৰাণ বিচাৰি মহা মৃত্যুঞ্জয় যজ্ঞত ঘৃতাহুতি কৰিলে ডাক্তৰ-নাৰ্ছে। হাস্পতালৰ পৰা অপদেৱতা আঁতৰ কৰিবলৈ ভগৱানৰ আশিস বিচাৰি হায়দৰাবাদৰ ডাক্তৰে অনুষ্ঠিত কৰিলে যজ্ঞ।
চহৰখনৰ ১৫০ বছৰ পুৰণি গান্ধী হাস্পতাল আৰু চিকিতসা মহাবিদ্যালয়ত সম্পন্ন হোৱা ধৰ্মীয় অনুষ্ঠানকলৈ আৰম্ভ হৈছে চৰ্চা।