67
ডিজিটেল ডেস্কঃ নিশ্চিত ভাঙোনৰ দিশে অগ্ৰসৰ হৈছে নীতিশ কুমাৰৰ মহাগতবন্ধন। বিহাৰৰ শাসকীয় পক্ষৰ মিত্ৰজোঁটৰ পতন এতিয়া কাৰ্যতঃ অনিবাৰ্য হৈ পৰিছে।
কিছুদিন পূৰ্বে দুৰ্নীতিৰ অভিযোগত চি বি আয়ে মহাজোঁটৰ অংশীদাৰ দল জে ডি ইউৰ নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ ঘৰত তালাচী চলোৱাৰ পিছত সৃষ্টি হৈছে অচলাৱস্থাৰ।