Home দেশনিমখেৰে ভৰ্তি ট্ৰাকৰ খুন্দাত ১৩ জন যাত্ৰীৰ থিতাতে মৃত্যু, আহত ৩

নিমখেৰে ভৰ্তি ট্ৰাকৰ খুন্দাত ১৩ জন যাত্ৰীৰ থিতাতে মৃত্যু, আহত ৩

by News Desk
A+A-
Reset
788492-accident

মুম্বাইঃ বুলঢাণাত সোমবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৩ জন লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়৷ ট্ৰাক আৰু মহিন্দ্ৰা মেগজিম’ৰ মাজত হোৱা খুন্দাৰ ফলত এই ঘটনা সংঘটিত হয়৷ 

দৰাচলতে বুলঢাণাৰ মলকাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিমখেৰে ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই মেজিকখনক প্ৰচন্দ জোৰেৰে খুন্দা মৰাত এই ভয়ংকৰ ঘটনা সংঘটিত হয়৷ দুপৰীয়া প্ৰায় ৩ বজাত সংঘটিত হোৱা এই ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0