56
newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পৰ্যটনস্থলি মহাবলেশ্বৰত ভয়াবহ পথ দুৰ্ঘটনাত ৩০গৰাকী লোকৰ মৃত্যু হয়। বন্ধৰ বাবে ফুৰিবলৈ অহা ৩৫গৰাকী লোক সহ বাছ পাহাৰীয়া পথৰ পৰা প্ৰায় ২০০ ফুট তলত বাগৰি পৰাত ৩০গৰাকী লোকৰ থিতাতে মৃত্যু হয়।
