51
ওদালগুৰিঃ ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত চিলংখুটি গাঁৱত স্থানীয় ৰাইজ আৰু চিলংখুটি সিদ্ধি জীৱিকা আত্ম সহায়ক গোটৰ সদস্য-সদস্যা সকলৰ তৎপৰতাত গাঁৱৰ ভিতৰত থকা অবৈধ চুলাই মদৰ ভাটি সমূহ ধ্বংস কৰিবৰ বাবে ওলাই আহে।
অবৈধ চুলাই মদৰ ভাটি ধ্বংস কৰি ৰাইজ উপস্থিত হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ছিলংখুটি পানী যোগান আঁচনিত। সৰিয়হ ডুলিত ভুত থকা অবস্থা দেখি ৰাইজ হতবাক হৈ পৰে ।