Home ৰাজনীতিমাজুলীত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিবাহক

মাজুলীত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিবাহক

by News Desk
68 views
A+A-
Reset

newsnextone ১০অক্টোবৰ মাজুলীঃ আজিৰ পৰা মাজুলীত আৰম্ভ হল বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সভা। সভাত উপস্থিত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰাম লাল। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ সকলো মন্ত্ৰী বিধায়ক উপস্থিত থাকে আজিৰ সভাত ।
প্ৰথম বাৰৰ বাবে মাজুলীত অসম ৰাজ্যিক বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভা অনুষ্ঠিত কৰা হয়। আজি বিয়লি তিনি বজাত বন্দে মাতৰম ধ্বনিৰে আৰম্ভ হোৱা সভাত ৰাজ্যিক বিজেপিৰ সকলো মন্ত্ৰী বিধায়কৰ লগতে সকলো জিলাৰ সভাপতি সকল উপস্থিত থাকে। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সভাত ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ ৰণ শিঙা বজোৱাৰ উদ্দেশ্যে অসমত উপস্থিত হয় ৰাষ্ট্ৰীয় সম্পাদক ৰাম লাল ।


মাজুলীৰ পৰা কল্পজিৎ শ‌ইকীয়া

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0