Home ৰাজ্যনিৰ্মাণ হ’ব নে যোৰহাট-মাজুলী সংযোগী দলং, আধাৰশিলা স্থাপনতে দায়িত্ব সামৰিলে গাডকাৰীয়ে

নিৰ্মাণ হ’ব নে যোৰহাট-মাজুলী সংযোগী দলং, আধাৰশিলা স্থাপনতে দায়িত্ব সামৰিলে গাডকাৰীয়ে

by News Desk
71 views
A+A-
Reset

newsnextone.com | মাজুলিঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত এতিয়া পয়মালে পয়মাল৷ উন্নয়নৰ প্ৰতিশ্ৰুতি দি মাজুলীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিপুল ভোটত জয়ী হোৱা সৰ্বানন্দ সোণোৱালৰ বিধানসভা সমষ্টিত প্ৰতিটো উন্নয়নমূলক কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ পথ নিৰ্মাণ, স্বাস্থ্য খণ্ড, মথাউৰি নিৰ্মাণ, শিক্ষা আদিত বিভিন্ন আঁচনি ঘোষণা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰি কিছু আঁচিন নিৰ্মীয়মান অৱস্থাত আছে৷ আঁচনি সমূহ ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

আনহাতে গোটেই খৰালি মাহত বিষয়া, অভিযন্তা, মন্ত্ৰী-বিধায়কে মাজুলীৰ খবৰ নললৈ যদিও ভৰ বাৰিষা মাজুলীৰ উন্নয়নৰ কথা মনত পৰিছে মন্ত্ৰী-বিধায়কৰ৷ খৰালি মাজুলীৰ ভগ্ন মথাউৰি সমূহৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু আজিও তেনেদৰেই থাকিল বহু মথাউৰি৷ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিয়া প্ৰতিশ্ৰুতি বৰ্তমানেও প্ৰতিশ্ৰুতি হৈয়ে আছে বুলি ৰাইজে কব খোজে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0