Home ৰাজ্যমাজুলীৰ মায়ামৰা আজলী আই থানৰ বাৰ্ষিক থান সেৱা উৎসৱ

মাজুলীৰ মায়ামৰা আজলী আই থানৰ বাৰ্ষিক থান সেৱা উৎসৱ

by News Desk
117 views
A+A-
Reset

আজলী আই থানৰপৰা পৰাণ জ্যোতি বৰা, মাজুলীঃ দুদিনীয়াকৈ আয়োজিত মাজুলীৰ মেখেলি গাঁও মায়ামৰা আজলী আয় থানৰ বাৰ্ষিক থান সেৱা উৎসৱৰ ১৯ জানুৱাৰীৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ স্মৃতি গ্ৰন্থ ’আজলী আই’ উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ শইকীয়াই৷

আনহাতে তেখেতে আজলী আই (বা-ভগা) থানক অসমৰেই এক সমন্বয় কলাক্ষেত্ৰ ৰূপে গঢ় দিবলৈ চৰকাৰলৈ আহ্বান জনায়৷ মায়ামৰা আজলী আই (বা-ভগা) থান সাংস্কৃতিক কেন্দ্ৰই দীৰ্ঘ বছৰৰপৰাই মাঘৰ দ্বিতীয়টো শনি আৰু দেওবাৰত দুদিনীয়াকৈ মায়ামৰা সমাজৰ আদ্যগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ মাতৃ আজলী আই থানৰ বাৰ্ষিক সেৱা উৎসৱভাগী উদযাপন কৰি আহিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0