newsnextone.com। মাজুলীঃ মাজুলীত বীৰ লাচিত সেনাই সতিনাথ বাৰালক গেপ্তাৰৰ দাবীত কমলা বাৰী পৰা জেংৰাই আৰু গড়মূৰত লৈকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৫০০ ৰো অধিক বাইকেৰে প্ৰতিবাদীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ দাবী শংকৰদেৱৰ বিৰুদ্ধে মন্তব্য দিয়া সতিনাথ বাৰালক অতি শীঘ্ৰেই গেপ্তাৰ কৰক। যদি অসম পুলিচে সতিনাথক গেপ্তাৰ নকৰে তেতিয়া লৈকে বাবা ৰাম দেৱৰ বস্তু ব্যৱহাৰ নকৰিবলৈ ৰাইজক সকিয়নি দিয়ে সংগঠনটোৱে। প্ৰতিবাদস্থলীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তু পালি ফুকন,কেন্দ্ৰীয় সমিতিৰ সভাপতি কবিন্দ চেতিয়া ফুকন আৰু মাজুলীৰ জিলাৰ সভাপতি সম্পাদক ৰ প্ৰমুখ্যে মাজুলীৰ বীৰ লাচিত সেনা কৰ্মী সকল।
59
previous post