Home ৰাজ্যলুইতৰ খাবলোত প্ৰাণ ত্যাগ অৱসৰ প্ৰাপ্ত শিক্ষকৰ

লুইতৰ খাবলোত প্ৰাণ ত্যাগ অৱসৰ প্ৰাপ্ত শিক্ষকৰ

by News Desk
62 views
A+A-
Reset

www.newsnextone.com| মাজুলীঃ পুনৰ লুইতৰ খাবলোত সংঘটিত হ’ল এক হৃদয় বিদাৰক ঘটনা। এখন টুলুঙা নাওঁ ত প্ৰান গ’ল এজন অৱসৰ প্ৰাপ্ত শিক্ষক। লুইতৰ খাবলুৰ বিধংসত বাট পথৰ বাবেই যাবলৈ সাহ নকৰে ৰাইজ৷ এনেধৰণৰ ঘটনা দুমাহ পূৰ্বে ঘটিছিল য’ত পুত্ৰ মৃত্যুৰ দুমাহৰ পিছত মৃত্যু হয় পিতৃৰ।

এনে ঘটনাৰ মূল কাৰণ হৈছে শোচনীয় বাট পথ। আনহাতে এই ঘটনাৰ পূৰ্বে লুইতৰ খাবলুত ৪ ঘন্টা ধৰি গৰ্ভৱতী মহিলাৰ মৃতদেহ পোৱা গৈছিল বুলি জানিব পৰা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0