77
www.newsnextone.com| মাজুলীঃ সমগ্র মাজুলীত শোকৰ ছাঁ। মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত কোষকান্ত গোস্বামীৰ মৃত্যু। ৮৯ বছৰ বয়সত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কোষকান্ত গোস্বামীয়ে।
