100
ডিজিটেল ডেস্কঃ গৰুক ঘোষণা কৰা হ’ব পাৰে দেশৰ ৰাষ্ট্ৰীয় পশু ৰূপে৷ গৰুক দেশৰ ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰ চৰকাৰলৈ এই পৰামৰ্শ আগবঢ়াইছে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷
আনকি গো হত্যাৰ আইন সংশোধন কৰি গো-হত্যাকাৰীক আজীৱন কাৰাদণ্ড দিবলৈও পৰামৰ্শ আগবঢ়াইছে ন্যায়ালয়খনে৷ ৰাজ্যখনৰ এটা গোশালাত কেইবাটাও গৰুৰ মৃত্যুৰ এক গোচৰৰ বিচাৰত এই কথা উল্লেখ কৰিছে ন্যায়ালয়খনে৷