ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিৰোধৰ লক্ষ্যৰে বিৰোধী ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে মিত্ৰজোঁটৰ ন ন অংক৷ দেশৰ প্ৰগতিৰ স্বাৰ্থত তথা দেশৰ জনতাক ৰাজনৈতিক জ্ঞানেৰে সচেতন কৰি তোলাৰ লক্ষৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে পুৱাই দেশৰ ৰাজধানীত উপস্থিত হৈ বিৰোধী দলৰ সৈতে বৈঠকৰ আয়োজন কৰে৷
I appreciate that Chandrababu Naidu Ji @ncbn has stated the facts. Very good. There are many so called leaders who spread lies. They make this a habit. They try and bulldoze States and show that they are doing the States a favour by giving funds. This is fake federalism