Home দেশকেন্দ্ৰীয় চৰকাৰৰ কথাত গুৰুত্ব নিদিয়ে মমতাই

কেন্দ্ৰীয় চৰকাৰৰ কথাত গুৰুত্ব নিদিয়ে মমতাই

by News Desk
43 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে অন্তিমখন বাজেটত ঘোষণা কৰা স্বাস্থ্য নীতিৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। দেশৰ সকলো ৰাজ্যতে স্বাস্থ্য পৰিযোজনা আঁচনি সফল ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগিতা বিচাৰিছে। কিন্তু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই আঁচনিখনৰ লগত সহযোগিতা নকৰাৰ সিদ্ধান্ত লৈছে৷

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰৰ নীতিক আকোৱালি লৈ ৰাজ্যখনত আগৰে পৰা চলি অহা নীতিক ধ্বংস নকৰাৰ সিন্ধান্ত লৈছে। পশ্চিমবংগৰ কৃষ্ণনগৰত অনুষ্ঠিত এখন সভাত মমতাই কয়, কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সুৰক্ষা যোজনা আঁচনি ৰাজ্যত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৪০% ধন দিব লাগিব। কিন্তু ৰাজ্য চৰকাৰৰ হাতত যিহেতু পূৰ্বৰ পৰাই এই স্বাস্থ্য যোজনা কাৰ্যকৰী হৈ আছে, সেইবাবে অন্য যোজনাত ধন খৰচ কৰিব নোৱাৰে বুলি জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0