Home দেশদেশৰ বৃহৎ বেংক লুটৰ বিৰুদ্ধে মমতা, চৰকাৰক শান্তিত উশাহ ল’ব নিদিও

দেশৰ বৃহৎ বেংক লুটৰ বিৰুদ্ধে মমতা, চৰকাৰক শান্তিত উশাহ ল’ব নিদিও

by News Desk
47 views
A+A-
Reset

ডিজিটেল ডেস্কঃ পঞ্জাৱ নেছ’নেল বেংকত সংঘটিত বিয়াগোম কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ পঞ্জাৱ নেছ’নেল বেংকত সংঘটিত বিয়াগোম কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ দেশত চাঞ্চল্য অব্যাহত থকাৰ সময়তে শুকুৰবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যেতিয়ালৈ জনসাধাৰণৰ টকা সুৰক্ষিত নহয় তেতিয়ালৈ কেন্দ্ৰীয় চৰকাৰক শান্তিত উশাহ ল’ব নিদিও বুলি কয়৷

আনহাতে এফআৰডিআই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এফআৰডিআই সমাপ্ত কৰিবলৈ বিত্তিয় মন্ত্ৰণালয়ক পত্ৰ লিখা বুলি কয়৷ তেও কয় মুম্বাইত পাঞ্জাৱ নেছনেল বেংকত সংঘটিত কেলেংকাৰী সন্দৰ্ভত অৱগত হৈ চিন্তিত হৈ পৰিছে ৰাইজ৷ ১১ হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈছে৷ এই টকা জনসাধৰণৰ টকা৷ এই টকা কোনে নিলে, কোনে খালে? টকা লৈ পলায়ন কৰাৰ পিছত সাধাৰণ লোকে এতিয়া কি কৰিব বুলিও মমতাই প্ৰশ্ন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0