Home ৰাজ্যমমতা বেনাৰ্জীক উভতি ধৰিলে মটক যুৱ-ছাত্র পৰিষদে

মমতা বেনাৰ্জীক উভতি ধৰিলে মটক যুৱ-ছাত্র পৰিষদে

by News Desk
77 views
A+A-
Reset

ডিব্ৰুগড়ঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে পশ্চিম বংগৰ মমতা বেনাৰ্জীয়ে অসমৰ এনআৰচিৰ সন্দৰ্ভত মন্তব্য কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া দায়িত্বহীন মন্তব্য বুলি কৈ উচ্চ ন্যায়ালায়ক অমান্য কৰিছে বুলি কৈ বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায়৷ স্মৰ্তব্য যে, যোৱা ৩ জানুৱাৰীত অসমৰ এনআৰচি বিষয়ত মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ বিৰভূমৰ আহমেদপুৰত এখন ৰাজহুৱা সভাত ১ কোটি ৩০ লাখ বাঙালীক অসমৰ পৰা খেদাৰ চক্ৰান্ত কৰাৰ ষড়যন্ত্ৰ কৰা বুলি প্ৰকাশ কৰাৰ পিছতে অসমত মমতাৰ মন্তব্যক দায়িত্বহীন মন্তব্য বুলি কব খোজে একাংশ লোকে।

ৰাজ্যৰ দল-সংগঠনৰ লগতে লগতে উজনি অসমৰ মটক জনগোষ্ঠীৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে তীব্ৰ গৰিহণা দি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰথম খন খচৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰকাশ কৰা হৈছে৷ আংশিক খচৰা প্ৰকাশ কৰাৰ পিছতে মমতাই কৰা মন্তব্য চৰম দায়িত্বহীন আখ্যা দিয়ে৷ পৰৱৰ্তী খচৰা প্ৰকাশ নোহোৱালৈকে এই বিষয়ে অাৰ্তনাদ কৰাৰ কোনো কাৰণ নাই বুলি কয়৷ এয়া এখন অাংশিক তালিকাহে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0