Home ৰাজ্যভয়, সাপে দংশন নকৰোতেই মৃত্যু আৰক্ষী কনিষ্টবলৰ

ভয়, সাপে দংশন নকৰোতেই মৃত্যু আৰক্ষী কনিষ্টবলৰ

by News Desk
69 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ জাজৰি থানাৰ এলেকাধীন চকলাঘাটৰ সমীপৰ দীঘলীপাৰত এগৰাকী আৰক্ষী কনিষ্টবলৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে বিশেষ চৰ্চা লাভ কৰিছে৷ জানিব পৰা মতে, মৰিগাঁও জিলাত কৰ্মৰত প্ৰদীপ কুমাৰ নাথ নামৰ ৪৮ বছৰীয়া আৰক্ষী কনিষ্টবলজন বিগত কিছুদিনৰ পৰা মানসিকভাৱে অসুস্থ হৈ পৰাত কৰ্মস্থলীৰ পৰা তেওঁক পৰিয়ালৰ লোকে ঘৰলৈ আনে৷

আজি চিকিৎসাৰ বাবে তেওঁক নগাঁও চহৰৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও বিশেষ কাৰণৱশতঃ চিকিৎসকক দেখুৱাব নোৱাৰাত পুনৰ ঘৰলৈ ঘূৰাই আনে৷ কিন্তু বিয়লি ভাগত লোকজনে গা ধোৱা ঘৰত সোমাই হঠাতে ‘সাপ অ’ সাপ’ বুলি তীব্ৰ আতৰ্নাদ কৰি বাৰীৰ পিছফালে দৌৰ মাৰে৷ হঠাতে ঘটা এনে ঘটনাত স্তম্ভিত হৈ পৰা পৰিয়ালৰলোকে গা ধোৱা ঘৰত কোনো সাপ নেদেখি লোকজনকে এনেই ভয়তে চিঞৰা বুলি ভাবি বিশেষ গুৰুত্ব নিদি লোকজনক বিচৰা আৰম্ভ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0