69
ডিজিটেল ডেস্কঃ পত্নীক ধৰ্ষণ কৰিবলৈ বন্ধুক নিমন্ত্ৰণ জনাই পাৰ্টীৰ আয়োজন কৰিছিল বিহাৰৰ এটা পাষণ্ডই। নাম ভৰত সিং।
বিহাৰৰ এই মানসিক বিকাৰগ্ৰস্ত অপৰাধীটোৰ অত্যাচাৰত অতিষ্ঠ হৈ দীৰ্ঘদিনৰ পিছতহে আৰক্ষীৰ কাষ চাপিল পত্নী। বন্ধুৰ হতুৱাই ভাৰ্যাৰ নিৰ্যাতন প্ৰত্যক্ষ কৰি বন্য আনন্দ লাভ কৰা ভৰত এতিয়া বন্দী।