64
ডিজিটেল ডেস্কঃ ৰাজহুৱা স্থানত প্ৰস্ৰাৱ নকৰিবলৈ কোৱাৰ বাবেই এজন যুৱকে প্ৰাণ হেৰুৱাবলগা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ৰাজধানী চহৰ দিল্লীত।
দিল্লীৰ উত্তৰ-পশ্চিমাঞ্চলত ই-ৰিক্সাৰ পাৰ্কিং এটেণ্ডেণ্ট ৰবিন্দ্ৰ কুমাৰে দুজন লোকক পাৰ্কিঙত প্ৰস্ৰাৱ কৰি থকা দেখি বাধা দিব যোৱাতো যে মাৰাত্মক হ’ব পাৰে, সেই কথা হয়তো কল্পনাই কৰিব নোৱাৰি।