72
ডিজিটেল ডেস্কঃ আকাশমাৰ্গতে ইণ্ডিগো ফ্লাইটত অঘটন। অঘটনৰ কাৰণ কোনো যান্ত্ৰিক বিজুতি অথবা বিস্ফোৰক নহয়। এজন কামুক ব্যক্তিৰ বাবে সংঘটিত হয় এই অঘটন।
ইণ্ডিয়া টুডেত প্ৰকাশিত বাতৰি মতে, অইন যাত্ৰীৰ উপস্থিতিতে উৰণৰ সময়ত বিমানখনত কামুক যাত্ৰীজনে নিৰ্লজ্জভাৱে হস্তমৈথুন কৰে। সুন্দৰী সহযাত্ৰী দেখি থিৰেৰে থাকিব নোৱৰা এই কামুক লোকজনৰ বয়স প্ৰায় ৫৫ বছৰ বুলি বাতৰিটোত কোৱা হৈছে।