72
ডিজিটেল ডেস্কঃ কোটিটকীয়া গাড়ী চলালে মনত ৰাখিবৰ দৰকাৰ নাই দেশৰ নিয়ম-নীতি। হাতত যদি কেনেবাকৈ বি এম ডব্লিউৰ দৰে বাহনৰ ষ্টিয়েৰিং থাকে তেন্তে নিয়ম খায়নে-পিন্ধে সেয়া পাহৰি যায় এচাম উৰ্ধ্বত লোকে।
গাড়ীৰ দৰে দেশখনকে নিজৰ সম্পত্তি বুলি ভাবি লৈ তেওঁলোকে আৰম্ভ কৰে তাণ্ডৱ। এনে দৃশ্যই দেখিবলৈ পোৱা গ’ল পাতিয়ালাত।