Home ৰাজ্যমঙলদৈত বাৰ্তাজীৱী সংঘৰ ৪৩ সংখ্যক অধিবেশন

মঙলদৈত বাৰ্তাজীৱী সংঘৰ ৪৩ সংখ্যক অধিবেশন

by News Desk
62 views
A+A-
Reset

মঙলদৈঃ ৰাজ্য খনৰ সাংবাদিকৰ সকলৰ বিভিন্ন সমস্যাত সন্দৰ্ভত সক্ৰিয়া ভূমিকা পালন কৰি অহা অসম বাৰ্তাজীৱী সংঘৰ ৪৩ সংখ্যক ৰাজ্যিক অধিবেশন শনিবাৰৰ পৰা দৰং জিলাৰ সদৰ মঙলদৈত অনুষ্ঠিত হৈছে৷ মঙলদৈৰ সনাতন ধৰ্মসভা প্ৰাংগণত অনুষ্ঠিত অধিবেশনত অসমৰ সকলো জিলাৰ প্ৰতিনিধি উপস্থিত হয়।

প্ৰথম দিনৰ কাৰ্য্যসূচী অনুসৰি প্ৰতিনিধি পঞ্জীয়ন, দৰং জিলা বাৰ্তাজীৱী সংঘৰ প্ৰতিনিধি সভা, প্ৰতিনিধি শিবিৰ মুকলি, আদৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। দৰং জিলাৰ বাৰ্তাজীৱী সংঘৰ প্ৰতিনিধি সভাত লক্ষ্যধৰ শইকীয়াক সভাপতি, দুলাল হাজৰিকা আৰু আৰ্চাদ আলিক উপ-সভাপতি, লক্ষী কলিতাক সম্পাদক, কিশোৰ কলিতা, দেবব্ৰত গোস্বামীক সহকাৰী সম্পাদক হিচাপে লৈ ২১ জনীয়া দৰং জিলা সমিতি গঠন হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0