63
মংগলদৈঃ অসম কৃষি বিশ্ববিদ্যালয় অধীনস্থ দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ উদ্যোগত স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মান অভিযান হালধাৰ সহযোগত কালি প্ৰাক ৰবি শস্যৰ প্ৰচাৰ আৰু প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি সম্পৰ্কীয় এক কৃষক সজাগতা সভা হালধা উচ্চ মাধ্যমিক বিদ্যালয় সভা গৃহত অনুষ্ঠিত হয়।
বিদ্যালয়ৰ প্ৰধান শিক্ষক ধনেশ্বৰ কলিতাই পৌৰোহিত্যত অনুষ্ঠিত সভাত আদৰণি ভাষন প্ৰদান কৰে জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ কৃষি বিজ্ঞানী মনোজ কুমাৰ চৌহানে।