newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ উপ-ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ মাজৰ যুঁজ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ সিসোডিয়াই৷ আদালতক ধন্যবাদ জনাই মণিষে কয় যে এতিয়াৰ পৰা দিল্লী চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব৷ এতিয়াৰ পৰা ফাইল সমূহ উপ-ৰাজ্যপালৰ ওচৰলৈ প্ৰেৰণ কৰিব নালাগিব৷
दिल्ली की जनता की तरफ से मा. सुप्रीम कोर्ट का तहे दिल से शुक्रिया –
– जनता की चुनी हुई सरकार अब दिल्ली की जनता के लिए फैसले ले सकेगी और फाइलें एलजी के पास भेजने की ज़रूरत नहीं पड़ेगी
– चुनी हुई सरकार अफसरों की ट्रांसफर पोस्टिंग कर
सकेगी।
लोकतंत्र में लोक महत्वपूर्ण।