54
ডিজিটেল ডেক্সঃ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ কিছু দিন পিছৰে পৰা দেশৰ নাগৰিকৰ সৈতে কথোপকথন কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডীয়ে আৰম্ভ কৰিছিল ‘মন কী বাত’ অনুষ্ঠিন৷
দেওবাৰেও ‘মন কী বাত’ অনুষ্ঠান সম্প্ৰচাৰ কৰে মোডীয়ে৷ অসমৰ কৰিমগঞ্জ জিলাৰ আহমেদ আলিক প্ৰশংসাৰে ওপচাই পেলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷