69
নতুন দিল্লীঃ দিনৰ ১১ বজাৰপৰা সম্প্ৰচাৰ হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহেকীয়া ‘মন কী বাত’ৰ সম্প্ৰচাৰৰ পূৰ্বে আজিৰ সংখ্যাটো ‘Special’ হ’ব বুলি টুইট কৰিছে৷
তেওঁ উল্লেখ কৰে, ‘‘আজিৰ #MannKiBat বিশেষ হ’ব৷ ১১ বজাত ইয়াক নুশুনাকৈ নাথাকিব৷ পাছত নক’ব মই আপোনালোকক আগতীয়াকৈ নকলোঁ বুলি৷’’ প্ৰধানমন্ত্ৰীয়ে পুৱা ৯ বজাত এনদৰে টুইট কৰি লগতে এটা ‘স্মাইলী’ও প’ষ্ট কৰে৷