প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | মৰিয়নীঃ যোৰহাটা জিলাৰ অসম-নগালেণ্ড সীমান্তত অসমৰ এগৰাকী চাহ বাগিচাৰ মালিকৰ ঘৰত গুলিবৰ্ষণ কৰাৰ খবৰ আহিছে। 

জানিব পৰা মতে, মঙলবাৰে পুৱাৰে ভাগত মৰিয়নীৰ অসম-নগালেণ্ড সীমান্তৰ এখন চাহ বাগিচাৰ মালিকৰ ঘৰলৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলিচালনা কৰে৷ এই খবৰ লাভ কৰাৰ পিছতে ঘটনা স্থলীলৈ অসম আৰক্ষী দল ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।

খবৰ মতে, মৰিয়নীৰ চেলেং চাহ বাগিচাৰ মালিকক নগা দুৰ্বৃত্তই ৬০ লাখ টকা দাবী কৰিছিল।