Home ৰাজ্যস্কুলৰ নিম্নবৰ্গৰ সহায়কৰ ‘ফটোছেছন উইথ লাভ’, নাবালিকা ছাত্ৰীক চুম্বন কৰি ফটো আপলোড ফেচবুকত

স্কুলৰ নিম্নবৰ্গৰ সহায়কৰ ‘ফটোছেছন উইথ লাভ’, নাবালিকা ছাত্ৰীক চুম্বন কৰি ফটো আপলোড ফেচবুকত

by News Desk
56 views
A+A-
Reset

newsnextone.com | মৰিয়নীঃ মানৱ সম্পদ গঢ়াৰ অনুষ্ঠানৰ সৈতে জৰিত এগৰাকী লোকৰ এয়া কেনে কাণ্ড? এখন বিদ্যালয়ৰ নিম্নবৰ্গৰ সহায়কে এগৰাকী ছাত্ৰীক জোৰকৈ চুম্বন কৰাৰ দৰে ঘটনা সংঘটিত কৰাই নহয় সেই ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে। ফটো নিজৰ নামত থকা ফেচবুক একাউণ্টত আপলোড কৰি অধ্যয়নৰত কিশোৰীক জনমানসত হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হয়।

নিৰ্জন ঠাইত এখন স্কুলৰ এগৰাকী নিম্নবৰ্গৰ সহায়কৰ এনে কাণ্ডক কোনোও সহজে ল’ব পৰা নাই। শেহতীয়াকৈ এনে এক নিৰ্লজ ঘটনাৰ দৃশ্যই এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দুৰ্ভাগ্যৰ কথা এয়ে যে এনে অবাঞ্চিত ঘটনা সংঘটিত হৈছে এইখন অসমতে। এই কাণ্ড সংঘটিত হৈছে যোৰহাটৰ মৰিয়নীত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0