Home ৰাজ্যNRC হৈ পৰিল কাল, পিতৃ-মাতৃয়ে ঘৰত অকলে থৈ যোৱা ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ

NRC হৈ পৰিল কাল, পিতৃ-মাতৃয়ে ঘৰত অকলে থৈ যোৱা ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ

by News Desk
60 views
A+A-
Reset

newsnextone.com | লিডুঃ পুনৰ ৰাজ্যত সংঘটিত হ’ল ধৰ্ষণ কাণ্ড৷ এই বাৰ পিতৃ-মাতৃয়ে ঘৰত অকলে এৰি থৈ যোৱা এগৰাকী অসহায় ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয় প্ৰতিবেশীৰ বিৰুদ্ধে৷ এই কাণ্ড সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত আলুবাৰীত দহ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে, আলুবাৰীৰ এটি পৰিয়ালৰ মুৰব্বী পিতৃ-মাতৃয়ে নিজ ১০ বছৰীয়া কন্যাক এৰি শুকুৰবাৰে এনআৰচিৰ বংশ বৃক্ষ পৰীক্ষণৰ বাবে এনআৰচিৰ সেৱা কেন্দ্ৰলৈ যাব লগা হয়৷ পিতৃ-মাতৃয়ে সন্ধিয়া উভতি আহিম বুলি ভাবিছিল যদিও এনআৰচি সেৱা কেন্দ্ৰত কাম শেষ নোহোৱাৰ ফলত নিশা আলহীৰ ঘৰতে কটায়৷ এনআৰচি সেৱা কেন্দ্ৰলৈ যােৱাৰ সময়ত ঘৰলৈ আহিব নোৱাৰিলে কিশোৰীগৰাকীক চোৱা চিতাৰ দায়িত্ব দিয়ে প্ৰতিবেশী অজয় শৰ্মাক৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0