64
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰীৰ ব্ৰহ্মাজান গাঁও পঞ্চায়ত সভাকক্ষত আজি পেঙেৰী শাখা সাহিত্য সভাৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়।
শাখাৰ সভাপতি মহেন্দ্ৰ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আঁত ধৰে শাখাৰ সম্পাদক ৰত্ন গগৈয়ে। সভাত বক্তব্য ৰাখে শাখাৰ প্ৰাক্তন সভাপতি জ্যোতি কাকতি, ৰবীন মৰাণ, উদ্যোগী যুৱক অজিৎ গগৈয়ে৷