89
মৰিয়নীঃ শুকুৰবাৰে বিয়লি মৰিয়নীত হোৱা বিধ্বংশী ধুমুহাই নকছাৰী, লাহিং চেলেং অঞ্চল বহুত ঘৰ-দুৱাৰ তচনচ কৰি যায়।
নকছাৰী নৱ বিকাশ সংঘৰ টিনপাত উৰুৱাই লৈ যায়, বাওঁ তলি উপ-স্বাস্থ্য কেন্দ্ৰ, বাওঁ তলি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত ভাঙি চুচুৰ্মু কৰে।