52
newsnextone.com। মৰিয়নীঃ অটল অমৃত যোজনা,আয়ুসমান ভাৰত আদি যোজনা যিমানেই বিজেপি চৰকাৰে যি আচনি ঘোষণা নকৰক কিয়, সিমানেই গ্ৰাম্য লোকৰ বিলৈহে বাঢ়ি আহিছে। যোৰহাট জিলাৰ মৰিয়নীৰ বিজয়পুৰৰ এজন মিচিং লোকৰ চিকিৎসাৰ বাবে একো উপায় নেদেখি বেমাৰীৰ আৰোগ্য কামনাৰে চাঙৰ ওপৰতে উপায়ন্তৰ হৈ পৰিয়ালৰ লোক আৰু গাওঁবাসীয়ে মিল পাতিবলগা হৈছে পূজা।
