66
মৰিয়নীঃ ৰাজ্যত নিৰ্বাচন গৰম বতাহ বলাৰ সময়ত আকৌ ক্ৰমাৎ অগ্নিগৰ্ভা হ’বলৈ গৈছে অসম-নাগালেণ্ডৰ সমস্যা৷
চলিত মাহত প্ৰথম ভাগত অসম নগালেণ্ড সীমান্তৱৰ্তী E ছেক্টৰৰ ভূমিত মৰিয়নীৰ থানাৰ অন্তৰ্গত মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তগৰ্ত নিউসোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সন্মুখত ভাগতে প্ৰায় এক কি:মি: নিলগত দিনৰ ভাগতে কেইটামান নগা দুবৃত্তই দিচৈভেলি সংৰক্ষিত অভয়াৰণ্য মূলাৱান গছ কাটি অগ্নি সংযোগ কৰিছিল৷