Home ৰাজ্যতিনি কয়লা মাফিয়াক আটক মৰিয়নী আৰক্ষীৰ

তিনি কয়লা মাফিয়াক আটক মৰিয়নী আৰক্ষীৰ

by News Desk
A+A-
Reset
coal

মৰিয়নীঃ তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত মৰিয়নী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ সহযোগত মৰিয়নীৰ তিনি কুখ্যাত কয়লা মাফিয়াক গ্ৰেপ্তাৰ কৰে বৃহস্পতিবাৰে নিশা। অবৈধ কয়লা সৰবৰাহ আৰু বেআইনীভাৱে কয়লা মজুত কৰি ৰখা, উচ্চতম ন্যায়ালৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগত মৰিয়নী আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ১২০B/৩৭৯/৪২০/৪১১/৪৬৮/৪৭১ ধাৰাৰ ভিত্তিত কয়লা মাফিয়া শিৱপুৰৰ বাবুল বাৰাথা, টেক বাহাদুৰ ছেট্ৰী আৰু মিন্টু শইকীয়া (লাটু)ক গ্ৰেপ্তাৰ কৰে মৰিয়নী আৰক্ষীৰ।

মঙলবাৰে নিশা যোৰহাট আৰক্ষী চকীৰ অন্তগৰ্ত চিনামৰা উপ-আৰক্ষী চকীত প্ৰথম অৱস্থাত জব্দ কৰি পৰৱৰ্তী সময়ত মৰিয়নী থানাক ট্ৰাক চাৰিখন গতাই দিয়া হৈছিল৷ বুধবাৰে নিশাৰ ভাগত মৰিয়নী আৰক্ষী চকীত বিজেপি দলৰ কাটনী জিলা পৰিষদৰ সদস্য উপস্থিত হৈ গাড়ী মুকলি কৰিবলৈ দাবী ধমকি প্ৰদান কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0