Home ৰাজ্যভোট গণনাৰ বাবে প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ

ভোট গণনাৰ বাবে প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ

by News Desk
A+A-
Reset
a2d68ab8-a6ac-4712-97da-5edbd1c31ebf

মৰিগাঁওঃ অহা ২৩ মে’ত অনুষ্ঠিত হ’বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। ভোট গণনাৰ কাৰ্যসূচী যাতে শান্তি পূৰ্ণভাৱে অনুষ্ঠিত হয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা মৰিগাঁও জিলা প্ৰশাসনে ইতিমধ্যে আৰম্ভ কৰিছে ভোট গণনাত নিয়োজিত হ’বলগীয়া কৰ্মচাৰী সকলৰ প্ৰশিক্ষণৰ কাৰ্যসূচী। 

তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীটোৰ প্ৰথম প্ৰশিক্ষণৰ কাৰ্যসূচী কালিৰে আৰম্ভ হৈছে মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত। মৰিগাঁও জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ঋতুৰাজ বৰাৰ তৎত্বাৱধানত অনুষ্ঠিত হৈ থকা প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ ১৪ মে’ত সামৰণি পৰিব। দ্বিতীয় পৰ্যায়ৰ ১৫ মে’ প্ৰশিক্ষণত ট্ৰেনজিত অফিচাৰ, চিলিং অফিচাৰ, কম্পাইলেটৰ, চিলিং এচিষ্টেন্ট আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0