Home ৰাজ্যছাত্ৰ একতাৰ সভাৰ নেতৃত্বত শ্ৰেণী বৰ্জন কৰি ৰাজপথত প্ৰতিবাদত নামিল মৰিয়নিৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

ছাত্ৰ একতাৰ সভাৰ নেতৃত্বত শ্ৰেণী বৰ্জন কৰি ৰাজপথত প্ৰতিবাদত নামিল মৰিয়নিৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

by News Desk
66 views
A+A-
Reset

মৰিয়নীঃ সমগ্ৰ ৰাজ্যত এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে৷ ইয়াৰ সমান্তৰালভাৱে মৰিয়নীত দল সংগঠনৰ উপৰিও বিভিন্ন স্তৰৰ ৰাইজে ৰাজপথত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ  সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে৷

আজি মৰিয়নীৰ নগৰৰ একমাত্ৰ মহাবিদ্যালয় তথা মৰিয়নী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ  প্ৰাক্তন সভাপতি মাধূৰ্য্য গগৈ আৰু বতমান ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অমৰিত শমাৰ নেতৃত্বত আজি বুধবাৰ দুপৰীয়াৰ ভাগত মহাবিদ্যালয় শ্ৰেণী বজন কৰি মৰিয়নী নগৰৰ মাজেৰে এক শান্তি পূৰ্ণ শোভাযাত্ৰা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0