61
ডিজিটেল ডেস্কঃ বৈবাহিক ধৰ্ষণক লৈ দীৰ্ঘদিন ধৰি অব্যাহত আছে বিতৰ্ক। ইয়াৰ মাজতে এটি গোচৰ সন্দৰ্ভত ৰায়দান কৰি ‘বৈবাহিক ধৰ্ষণ’ক অপৰাধ নহয় বুলিয়েই জনালে উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণৰ অন্তত কয় যে, স্ত্ৰীৰ বয়স যদি ১৫ বছৰৰ অধিক হয়, তেন্তে স্বামীৰ বলপূৰ্বক মিলনক বৈবাহিক ধৰ্ষণ বুলি কোৱা নহ’ব।